নবেম্বৰ ২১-২৭
২ ৰাজাৱলি ৯-১০
গীত ১২৬ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“তেওঁৰ সাহস, উৎসাহ আৰু দৃঢ় ইচ্ছা আছিল”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
২ৰাজা ১০:২৯, ৩১—যেহূৱে কৰা ভুলৰ পৰা আমি কি শিক্ষা পাওঁ? (w১১-HI ১১/১৫ ৫ ¶৭-৮)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ২ৰাজা ৯:১-১৪ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। (শিক্ষা অধ্যায় ১)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। দেখুৱাক যে ব্যক্তিজনৰ লগত আপুনি বহুবাৰ কথা পাতিলে আৰু তেওঁ বেছিকৈ জানিবলৈ বিচাৰিছে। আমি বাইবেল অধ্যয়নো কৰাওঁ আৰু ইয়াৰ বাবে কোনো টকা-পইচা নলওঁ বুলি তেওঁক কওক। তাৰ পাছত দুখ-কষ্ট নথকা এক অনন্ত জীৱন! ব্ৰচাৰখন দিয়ক আৰু বাইবেল অধ্যয়ন কেনেকৈ কৰা হয়? নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক (কিন্তু ভিডিঅʼখন নচলাব) আৰু ইয়াৰ ওপৰত আলোচনা কৰক। (শিক্ষা অধ্যায় ১২)
ভাষণ: (৫ মি.) w১৩-HI ৫/১৫ ৮-৯ ¶৩-৬—বিষয়: যীচু আৰু যিহোৱাৰ দৰে উৎসাহ দেখুৱাওক। (শিক্ষা অধ্যায় ১৬)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
সমনীয়াই কি কয়—বাহানা মৰাৰ বিষয়ে: (৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত এই প্ৰশ্নবোৰ সোধক: এজন ব্যক্তিয়ে হয়তো কিয় বাহানা মাৰে? বাহানা নামাৰিলে আমি কিয় সুখী হৈ থাকিব পাৰোঁ?
“বাহানা মৰাৰ পৰা কেনেকৈ আঁতৰি থাকিব পাৰি?”: (১০ মি.) আলোচনা।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ১০৪
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ১০৮ আৰু প্ৰাৰ্থনা