ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
তেওঁৰ সাহস, উৎসাহ আৰু দৃঢ় ইচ্ছা আছিল
যিহোৱাই যেহূক ৰজা আহাবৰ বংশক ধ্বংস কৰিবৰ কাৰণে দায়িত্ব দিলে (২ৰাজা ৯:৬, ৭; w১১-HI ১১/১৫ ৩ ¶২)
যেহূৱে ৰজা যোৰাম (যি আহাবৰ পুত্ৰ আছিল) আৰু ৰাণী ঈজেবলক (যি আহাবৰ বিধবা আছিল) হত্যা কৰিবলৈ লগে লগে পদক্ষেপ লʼলে (২ৰাজা ৯:২২-২৪, ৩০-৩৩; w১১-HI ১১/১৫ ৪ ¶২-৩; এই সভা পুস্তিকাৰ ৭ পৃষ্ঠাত দিয়া “‘আহাবৰ গোটেই বংশ বিনষ্ট কৰা হব’—২ৰাজা ৯:৮” নামৰ তালিকা চাওক)
নিজৰ দায়িত্ব পূৰ কৰিবলৈ যেহূৰ সাহস আৰু দৃঢ় ইচ্ছা থকাৰ প্ৰয়োজন আছিল আৰু উৎসাহেৰে কাম কৰাৰ প্ৰয়োজন আছিল। তেওঁ ঠিক সেই ধৰণেই কৰিলে (২ৰাজা ১০:১৭; w১১-HI ১১/১৫ ৫ ¶৪-৫)
নিজকে সোধক: ‘মথি ২৮:১৯, ২০ পদত দিয়া আজ্ঞা পূৰ কৰিবলৈ আমি কেনেকৈ যেহূৰ নিচিনা হʼব পাৰোঁ?’