নবেম্বৰ ২৮–ডিচেম্বৰ ৪
২ ৰাজাৱলি ১১-১২
গীত ৫৯ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“ডাঙৰ হোৱাৰ ইচ্ছাৰ বাবে এজনী দুষ্ট তিৰোতাই শাস্তি পালে”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
২ৰাজা ১২:১—যিহোৱাই যিহোৱাচৰ জীৱন ৰক্ষা কৰিছিল। এয়া কিয় এক গুৰুত্বপূৰ্ণ কথা আছিল? (it-১-E ১২৬৫-১২৬৬)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ২ৰাজা ১১:১-১২ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। (শিক্ষা অধ্যায় ৪)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। দেখুৱাক যে ব্যক্তিজনৰ লগত আপুনি বহুবাৰ কথা পাতিলে আৰু তেওঁ বেছিকৈ জানিবলৈ বিচাৰিছে। আমি বাইবেল অধ্যয়নো কৰাওঁ আৰু ইয়াৰ বাবে কোনো টকা-পইচা নলওঁ বুলি তেওঁক কওক। তাৰ পাছত দুখ-কষ্ট নথকা এক অনন্ত জীৱন! ব্ৰচাৰখন দিয়ক আৰু বাইবেল অধ্যয়ন কেনেকৈ কৰা হয়? নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক (কিন্তু ভিডিঅʼখন নচলাব) আৰু ইয়াৰ ওপৰত আলোচনা কৰক। (শিক্ষা অধ্যায় ৩)
বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন! পাঠ ০৮-ৰ ‘গভীৰভাৱে ধ্যান কৰক’ আৰু ভাগ ৪ (শিক্ষা অধ্যায় ৬)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“খ্ৰীষ্টানসকলে কিয় আগবাঢ়ি যোৱা উচিত?”: (১৫ মি.) আলোচনা। কিয় আগবাঢ়ি যোৱা উচিত? (১তীম ৩:১) ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ১০৫, ১০৬
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৬১ আৰু প্ৰাৰ্থনা