Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

ডাঙৰ হোৱাৰ ইচ্ছাৰ বাবে এজনী দুষ্ট তিৰোতাই শাস্তি পালে

ডাঙৰ হোৱাৰ ইচ্ছাৰ বাবে এজনী দুষ্ট তিৰোতাই শাস্তি পালে

অথলিয়াই সকলো ৰাজবংশকে হত্যা কৰিলে, যাতে তেওঁ যিহূদাত শাসন কৰিব পাৰে (২ৰাজা ১১:১; lfb-HI ১২৮ ¶১-২;‘আহাবৰ গোটেই বংশ বিনষ্ট কৰা হব’—২ৰাজা ৯:৮” নামৰ তালিকা চাওক)

যিহোচেবাই যোৱাচক লুকুৱাই ৰাখিলে, যি জনে ৰাজসিংহাসনত বহিবলগীয়া আছিল (২ৰাজা ১১:২, ৩)

যিহোয়াদা মহাপুৰোহিতে যোৱাচক ৰজা পাতিলে আৰু অথলিয়াক মাৰি পেলালে, যি আহাবৰ বংশত হয়তো অকলেই বাচি আছিল (২ৰাজা ১১:১২-১৬; lfb-HI ১২৮ ¶৩-৪)

ধ্যানৰ বাবে প্ৰশ্ন: এই ঘটনাৰ পৰা হিতোপদেশ ১১:২১ আৰু উপদেশক ৮:১২, ১৩ পদত লিখা কথাবোৰ কেনেকৈ সঁচা বুলি প্ৰমাণ হৈছে?