নবেম্বৰ ৭-১৩
২ ৰাজাৱলি ৫-৬
গীত ৫৫ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“সিহঁতৰ সংগীবোৰতকৈ আমাৰ সংগী অধিক”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
২ৰাজা ৫:১৫, ১৬—নামানে দিয়া উপহাৰ ইলীচাই কিয় নলʼলে? আমি ইয়াৰ পৰা কি শিকিব পাৰোঁ? (w০৫ ৮/১ ৯ ¶২)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ২ৰাজা ৫:১-১৪ (শিক্ষা অধ্যায় ২)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাতৰ ভিডিঅʼ: (৫ মি.) আলোচনা। প্ৰথম সাক্ষাৎ:শিক্ষা—হিতো ২২:৬ ভিডিঅʼখন দেখুৱাওক। ভিডিঅʼখনত প্ৰশ্নবোৰ সোধাৰ সময়ত ভিডিঅʼখন ৰখাওক আৰু সেই প্ৰশ্নবোৰ শ্ৰোতাসকলক সোধক।
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। সাধাৰণতে কথা-বতৰাত অহা কোনো এটা বাধা কেনেকৈ পাৰ কৰিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ১২)
বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন! পাঠ ০৮, পৰিচয়, ভাগ ১-৩ (শিক্ষা অধ্যায় ১৫)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“দান কৰা”: (১৫ মি.) এজন প্ৰাচীনৰ দ্বাৰা আলোচনা। আপুনি দিয়া দানৰ বাবে আমি কৃতজ্ঞ নামৰ ভিডিঅʼখন দেখুৱাওক। মণ্ডলীৰ লোকসকলে বেলেগ বেলেগ ধৰণে দান দিয়ে আৰু এইদৰে কৰাটো বহুতৰে অভ্যাস হৈ পৰিছে। ইয়াৰ বাবে ভাই-ভনীসকলৰ প্ৰশংসা কৰক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী ভাগ ৭, কাহিনী ১০২
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৪৬ আৰু প্ৰাৰ্থনা