Skip to content

Skip to table of contents

ইলীচাই নিজৰ সেৱকক এইদৰে কৈছে, “সিহঁতৰ সঙ্গীবোৰত্‌কৈ আমাৰ সঙ্গী অধিক।”—২ৰাজা ৬:১৬

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

সিহঁতৰ সংগীবোৰতকৈ আমাৰ সংগী অধিক

সিহঁতৰ সংগীবোৰতকৈ আমাৰ সংগী অধিক

ইলীচা আৰু তেওঁৰ সেৱকক শত্ৰুসকলে বেৰি ধৰিছিল (২ৰাজা ৬:১৩, ১৪; lfb-HI ১২৬ ¶১-২)

ইলীচাই ভয় নকৰিলে আৰু নিজৰ সেৱকক সাহস দিলে (২ৰাজা ৬:১৫-১৭; w১৩-HI ৮/১৫ ৩০ ¶২; বেটুপাতত দিয়া ছবিখন চাওক)

যিহোৱাই আচৰিতভাৱে ইলীচা আৰু তেওঁৰ সেৱকৰ জীৱন ৰক্ষা কৰিলে (২ৰাজা ৬:১৮, ১৯; it-১-E ৩৪৩ ¶১)

আমাৰ বিৰোধীসকলতকৈ যিহোৱা বহুত শক্তিশালী হয়। কল্পনা কৰকচোন, স্বৰ্গত আপুনি জুমি চাইছে আৰু যিহোৱাই নিজৰ স্বৰ্গদূতসকলৰ যোগেদি আমাক কেনেকৈ বচাইছে, তাক আপুনি দেখা পাইছেনে?