Skip to content

Skip to table of contents

ডিচেম্বৰ ১৮-২৪

ইয়োব ২৮-২৯

ডিচেম্বৰ ১৮-২৪
  • গীত ৩৯ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

  • ইয়োবৰ দৰে আপুনি ভাল নাম অৰ্জন কৰিছেনে?”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • ইয়ো ২৯:২৪—ইয়োবৰ পৰা আমি কি শিকিব পাৰোঁ? (g০০-HI ৭/৮ ২৬ ¶৩)

    • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) ইয়ো ২৮:১-২৮ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন