ডিচেম্বৰ ২৫-৩১
ইয়োব ৩০-৩১
গীত ২৮ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“ইয়োবে নিজৰ আচাৰ-ব্যৱহাৰ কেনেকৈ শুদ্ধ কৰি ৰাখিলে?”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
ইয়ো ৩১:৩৫—যেতিয়া কোনোবাই আমাক নিজৰ সমস্যাৰ বিষয়ে জনাই, তেতিয়া আমি কি কৰা উচিত নহয় যি ইয়োবৰ বন্ধুসকলে কৰিছিল? (w০৫-HI ১১/১৫ ১১ ¶৩)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ইয়ো ৩১:১৫-৪০ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। আমি লোকসকলৰ লগত বাইবেল অধ্যয়ন কৰোঁ বুলি কওক। তাৰ পাছত তেওঁক বাইবেল অধ্যয়নৰ যোগাযোগ কাৰ্ড দিয়ক। (শিক্ষা অধ্যায় ১)
পুনৰ সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি আপোনাৰ কথা-বতৰা আৰম্ভ কৰক। সেই ব্যক্তিজনক সভালৈ মাতক আৰু যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহত কি হয়? নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক (কিন্তু ভিডিঅʼখন নচলাব) আৰু ইয়াৰ ওপৰত আলোচনা কৰক। (শিক্ষা অধ্যায় ১১)
ভাষণ: (৫ মি.) g১৬.৩-HI ৮-৯—বিষয়: বাইবেলত সমকামিতাৰ বিষয়ে যি কোৱা হৈছে, তাৰ বিষয়ে মই আনক কেনেকৈ বুজাব পাৰোঁ? (শিক্ষা অধ্যায় ১৪)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“অশ্লীল ছবি চোৱাটো কিয় ভুল”: (৭ মি.) আলোচনা আৰু ভিডিঅ’।
মণ্ডলীৰ প্ৰয়োজনীয়তা: (৮ মি.)
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ৩৯ আৰু টোকা ৩
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ১২৭ আৰু প্ৰাৰ্থনা