Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

অশ্লীল ছবি চোৱাটো কিয় ভুল?

অশ্লীল ছবি চোৱাটো কিয় ভুল?

আজি কালি অশ্লীল ছবি আৰু ভিডিঅʼ সহজতে কেৱল এটা ক্লিক কৰিলেই চাব পাৰি। বহুতো লোকে আনকি ঈশ্বৰৰ ওপৰত বিশ্বাস কৰা লোকসকলেও ভাবে যে অশ্লীল ছবি আৰু ভিডিঅʼ চোৱাত কোনো ভুল নাই।

অশ্লীল ছবি আৰু ভিডিঅʼ চোৱাটো পাপনে? নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

যেতিয়া লোকসকলে অশ্লীল ভিডিঅʼ আৰু ছবিবোৰ চাই, তেতিয়া যিহোৱাক কেনে লাগে? ইয়াৰ বিষয়ে তলত দিয়া পদবোৰৰ পৰা কি জানিব পাৰি?