ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
ইয়োবে নিজৰ আচাৰ-ব্যৱহাৰ কেনেকৈ শুদ্ধ কৰি ৰাখিলে?
ইয়োবে নিজৰ চকুৰ লগত নিয়ম স্থাপন কৰিলে (ইয়ো ৩১:১; w১০-HI ৪/১৫ ২১ ¶৮)
ইয়োবে সদায় মনত ৰাখিলে যে বেয়া কামবোৰৰ কি পৰিণাম হয় (ইয়ো ৩১:২, ৩; w০৮-HI ১০/১ ৩১ ¶৪)
ইয়োবৰ আচাৰ-ব্যৱহাৰৰ ওপৰত যিহোৱাই ধ্যান দিয়ে বুলি তেওঁ মনত ৰাখিলে (ইয়ো ৩১:৪; w১০-HI ১১/১৫ ৫-৬ ¶১৫-১৬)
শুদ্ধ আচাৰ-ব্যৱহাৰ ৰখাৰ অৰ্থ এয়া নহয় যে আমি কেৱল বাহিৰৰ পৰা পৰিস্কাৰ হৈ থকা কিন্তু আমি মনৰ পৰাও শুদ্ধ হোৱা উচিত। আমি আমাৰ মনত কোনো বেয়া বা অশ্লীল কথা আহিবলৈ দিব নালাগে।—মথি ৫:২৮.