ডিচেম্বৰ ৪-১০
ইয়োব ২২-২৪
গীত ৪৯ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“মানুহ জানো ঈশ্বৰৰ উপকাৰী হব পাৰে?”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
ইয়ো ২৩:১৩—যিহোৱাৰ সেৱা কৰিবলৈ আমি যি লক্ষ্য ৰাখো, তাক পোৱাৰ বিষয়ে আমি যিহোৱাৰ পৰা কি শিকিব পাৰোঁ? (w০৪-HI ৭/১৫ ২১-২২)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ইয়ো ২২:১-২২ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। সেই ব্যক্তিজনক আমাৰ ৱেবছাইটৰ বিষয়ে জনাওক আৰু jw.org যোগাযোগৰ কাৰ্ডখন দিয়ক। (শিক্ষা অধ্যায় ১১)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। তেওঁক বাইবেল কিয় অধ্যয়ন কৰা উচিত? নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক (কিন্তু ভিডিঅʼখন নচলাব) আৰু ইয়াৰ ওপৰত আলোচনা কৰক। (শিক্ষা অধ্যায় ২)
ভাষণ: (৫ মি.) w২১.০৫ ১৮-১৯ ¶১৭-২০—বিষয়: প্ৰচাৰ কামত লাগি থাকিলে যিহোৱাই আমাক তেওঁৰ কামত ব্যৱহাৰ কৰিব পাৰে। (শিক্ষা অধ্যায় ২০)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“পিতৃ-মাতৃসকল, আপোনাৰ সন্তানসকলে যিহোৱাক কেনেকৈ আনন্দিত কৰিব পাৰে শিকাওঁক”: (১০ মি.) আলোচনা আৰু ভিডিঅʼ।
মণ্ডলীৰ প্ৰয়োজনীয়তা: (৫ মি.)
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ৩৭ ভাগ ৬ আৰু আমি কি শিকিলোঁ, আপুনি কেনেকৈ উত্তৰ দিব আৰু লক্ষ্য
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ২১ আৰু প্ৰাৰ্থনা