Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

নিজৰ ভাই-ভনীসকলক কেতিয়াও নেৰিব

নিজৰ ভাই-ভনীসকলক কেতিয়াও নেৰিব

ইয়োবৰ সম্বন্ধীয় লোকসকলে তেওঁৰ লগত সকলো সম্পৰ্ক নাইকিয়া কৰিলে (ইয়ো ১৯:১৩)

সৰু সৰু লʼৰা-ছোৱালী আৰু ইয়োবৰ দাসবিলাকে তেওঁক সন্মান কৰিবলৈ এৰি দিলে (ইয়ো ১৯:১৬, ১৮)

ইয়োবৰ ঘনিষ্ঠ বন্ধুসকলেও তেওঁৰ বিৰুদ্ধে হʼল (ইয়ো ১৯:১৯)

নিজকে সোধক, ‘ভাই-ভনীসকলৰ মাজত কোনোবাই সমস্যাৰ মাজেদি পাৰ হোৱাৰ সময়তো মই কেনেকৈ তেওঁলোকক প্ৰেম দেখুৱাব পাৰোঁ?’—হিতো ১৭:১৭; w২২.০১ ১৬ ¶৯; w২১.০৯ ৩০ ¶১৬; W৯১-HI ৫/১ ১৪-১৫ ¶২০.