Skip to content

Skip to table of contents

নবেম্বৰ ২৭–ডিচেম্বৰ ৩

ইয়োব ২০-২১

নবেম্বৰ ২৭–ডিচেম্বৰ ৩
  • গীত ৩৮ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

  • ধন-সম্পত্তিৰে এজন ব্যক্তি ভাল হয় নে নহয় বুলি কʼব নোৱাৰি”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • ইয়ো ২০:২—প্ৰাচীনসকলে সেই লোকসকলক কেনেকৈ সহায় কৰিব পাৰে, যিসকলৰ চিন্তাই তেওঁলোকক ‘অধৈৰ্য্য’ কৰি তুলে? (w৯৫-HI ১/১ ৯ ¶১৯)

    • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) ইয়ো ২০:১-২২ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন