Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

‘অলপ সাঁচি থবা’

‘অলপ সাঁচি থবা’

আমি নিয়মীয়াকৈ দান দিয়াৰ যোজনা বনোৱা উচিত। পাঁচনি পৌলেও আমাক টকা ‘অলপ সাঁচি’ ৰাখিবলৈ আমাক উৎসাহিত কৰিছিল। (১কৰি ১৬:২) ঈশ্বৰৰ প্ৰেৰণাৰে লিখা এই পৰামৰ্শ পালন কৰিলে আমি সত্য উপাসনাক সহযোগ কৰাৰ লগতে আনন্দ লাভ কৰিম। হয়তো আমি বেছিকৈ দান দিব নোৱাৰোঁ। তথাপিও আমি এয়া মনত ৰাখিব পাৰোঁ যে যিহোৱাই জানে যে আমি আমাৰ মূল্যৱান বস্তুবোৰ দি তেওঁক সন্মান কৰিব বিচাৰোঁ আৰু তেওঁ ইয়াক বহুত মূল্যাংকন কৰে।—হিতো ৩:৯.

অলপ সাঁচি থোৱাৰ বাবে ধন্যবাদ! নামৰ ভিডিঅ’খন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • টকা দান দিবলৈ আগতীয়াকৈ যোজনা বনালে কি লাভ হয়?

  • বহুতো ভাই-ভনীয়ে ‘অলপ সাঁচি’ ৰাখিবলৈ কি কৰে?