Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

“মানুহ মৰিলে পুনৰায় জীব নে?”

“মানুহ মৰিলে পুনৰায় জীব নে?”

মানুহে যিয়েই নকৰক কিয়, তেওঁ নিজকে মৃত্যুৰ পৰা বচাব নোৱাৰে আৰু মৃত্যু হোৱা ব্যক্তিকো আকৌ জীয়াই তুলিব নোৱাৰে (ইয়ো. ১৪:১, ২, ৪, ১০; w৯৯-HI ১০/১৫ ৩ ¶১-৩)

তথাপিও মৃত্যু হোৱা লোকসকল আকৌ জীৱিত হʼব বুলি আশা আছে (ইয়ো. ১৪:৭-৯; w১৫-HI ৪/১৫ ৩২ ¶১-২)

নিজৰ বিশ্বাসী লোকসকলক আকৌ জীয়াই তোলাৰ যিহোৱাৰ শক্তি আছে আৰু তেওঁ এইদৰে কৰিবলৈ হাবিয়াহ কৰে (ইয়ো. ১৪:১৪, ১৫; w২৩.০৪ ৯ ¶৬)

ধ্যানৰ বাবে প্ৰশ্ন: যিহোৱাই নিজৰ সেৱকসকলক আকৌ জীয়াই তুলিবলৈ কিয় হাবিয়াহ কৰি আছে? এয়া জানি আপুনি যিহোৱাৰ বিষয়ে কি ভাবে?