ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
অহংকাৰ কৰাৰ পৰিৱৰ্তে নম্ৰ হওক
গিদিয়োন নম্ৰ আছিল, সেইবাবে তেওঁ শান্তি বজাই ৰাখিব পাৰিলে (বিচা ৮:১-৩; w০০-HI ৮/১৫ ২৫ ¶৪)
গিদিয়োনে নম্ৰ হোৱাৰ বাবে নিজৰ প্ৰশংসা কৰাৰ পৰিৱৰ্তে যিহোৱাৰ মহিমা কৰিলে (বিচা ৮:২২, ২৩; w১৭.০১-HI ২০ ¶১৫)
অবীমেলেক অহংকাৰী আছিল, সেইবাবে তেওঁৰ লগতে আনৰো হানি হʼল (বিচা ৯:১, ২, ৫, ২২-২৪; w০৮-HI ২/১৫ ৯ ¶৯)
যেতিয়া গৃহস্থই খং কৰে, তেতিয়া নম্ৰ হৈ থাকিলে আমি কি কৰিব পাৰিম?