Skip to content

Skip to table of contents

ডিচেম্বৰ ২০-২৬

বিচাৰকৰ্ত্তাবিলাক ১০-১২

ডিচেম্বৰ ২০-২৬
  • গীত ১২৭ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • যিহোৱাৰ লগত যিপ্তহৰ মজবুত সম্পৰ্ক আছিল”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • বিচা ১১:১—যিপ্তহ অবৈধ সন্তান নাছিল বুলি আমি কিয় কʼব পাৰোঁ? (it-২-E ২৬)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) বিচা ১০:১-১৮ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১৩৮

  • মই কম বয়সতে যিহোৱাক নিজৰ জীৱন সমৰ্পন কৰিলোঁ: (১৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত এই প্ৰশ্নবোৰ সোধক: পিতৃ-মাতৃ আৰু আন ভাই-ভনীৰপৰা শিকাটো কিয় প্ৰয়োজন? কম বয়সতে নিজৰ জীৱন যিহোৱালৈ সমৰ্পন কৰিলে কি লাভ আছে? যদি আমি যিহোৱাৰ সংগঠনত সেৱা কৰিবলৈ সাজু থাকোঁ, তেনেহʼলে কি হʼব?

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৪৩

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ৬১ আৰু প্ৰাৰ্থনা