ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
যিহোৱাৰ লগত যিপ্তহৰ মজবুত সম্পৰ্ক আছিল
যিপ্তহে খং পুহি ৰখা নাছিল (বিচা ১১:৫-৯; w১৬.০৪-HI ৭ ¶৯)
যিপ্তহে ইস্ৰায়েলীসকলৰ ইতিহাসৰ বিষয়ে ভালদৰে জানিছিল (বিচা ১১:১২-১৫; it-২-E ২৭ ¶২)
যিহোৱা সত্য ঈশ্বৰ হয় বুলি যিপ্তহে ভালদৰে জানিছিল (বিচা ১১:২৩, ২৪, ২৭; it-২-E ২৭ ¶৩)
যিহোৱাৰ লগত মোৰ ভাল সম্পৰ্ক আছে বুলি মই কেনেকৈ দেখুৱাব পাৰোঁ?