ডিচেম্বৰ ২৭, ২০২১–জানুৱাৰী ২, ২০২২
বিচাৰকৰ্ত্তাবিলাক ১৩-১৪
গীত ১৩৪ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“মানোহ আৰু তেওঁৰ পত্নীৰপৰা পিতৃ-মাতৃসকলে কি শিকিব পাৰে”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
বিচা ১৪:২, ৩—চিমচোনৰ দৃষ্টিত পলেষ্টীয়া ছোৱালীজনী কি অৰ্থত “মনোহৰী” আছিল? (w০৫-HI ৩/১৫ ২৬ ¶১)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) বিচা ১৪:৫-২০ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
“প্ৰচাৰ কাৰ্য্যত আনন্দ উপভোগ কৰক—বিদ্যাৰ্থীক অধ্যয়ন কৰিবলৈ শিকাওক”: (১০ মি.) আলোচনা। নিজৰ বাইবেল বিদ্যাৰ্থীক অধ্যয়ন কৰিবলৈ শিকাওক নামৰ ভিডিঅʼখন দেখুৱাওক।
বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন পাঠ ০২ আমি কি শিকিলোঁ, আপুনি কেনেকৈ উত্তৰ দিব আৰু লক্ষ্য (শিক্ষা অধ্যায় ১৭)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
মণ্ডলীৰ প্ৰয়োজনীয়তা: (১৫ মি.)
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৪৪
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ১২২ আৰু প্ৰাৰ্থনা