ডিচেম্বৰ ৬-১২
বিচাৰকৰ্ত্তাবিলাক ৬-৭
গীত ৩৮ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“তুমি নিজৰ এই বলেৰে যোৱা”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
বিচা ৬:২৭—গিদিয়োনৰ উদাহৰণে প্ৰচাৰ কামত আমাক কেনেকৈ সহায় কৰিব পাৰে? (w০৫ ২/১ ১৬ ¶৬)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) বিচা ৬:১-১৬ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাতৰ ভিডিঅʼ: (৫ মি.) আলোচনা। প্ৰথম সাক্ষাৎ: সান্ত্বনা—২কৰি ১:৩, ৪ ভিডিঅʼখন দেখুৱাওক। ভিডিঅʼখনত প্ৰশ্নবোৰ সোধাৰ সময়ত ভিডিঅʼখন ৰখাওক আৰু সেই প্ৰশ্নবোৰ শ্ৰোতাসকলক সোধক।
প্ৰথম সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত এক অনন্ত জীৱন ব্ৰচাৰখন দিয়ক। (শিক্ষা অধ্যায় ৬)
প্ৰথম সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত এক অনন্ত জীৱন ব্ৰচাৰখন দেখুৱাওক আৰু এই ব্ৰচাৰখন কেনেকৈ লাভ কৰিব পাৰি, তাৰ বিষয়ে জনাওক। (শিক্ষা অধ্যায় ১৫)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“পবিত্ৰ আত্মাই অসম্ভৱ কামক সম্ভৱ কৰি তুলিলে”: (১৫ মি.) আলোচনা। “নতুন পৃথিৱীৰ প্ৰজাসকলে মনে-প্ৰাণে সেৱা কৰিছে” চিনেমা কেনেকৈ বনোৱা হʼল নামৰ ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৪১
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৪৯ আৰু প্ৰাৰ্থনা