Skip to content

Skip to table of contents

নৱেম্বৰ ১৫-২১

যিহোচূৱা ২৩-২৪

নৱেম্বৰ ১৫-২১
  • গীত ৫০ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • যিহোচূৱাৰ শেষ পৰামৰ্শ”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • যিহো ২৪:২—অব্ৰাহামৰ পিতৃ তেৰহে মূৰ্তিপূজা কৰিছিলনে? (w০৫ ১/১ ৩২ ¶২)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) যিহো ২৪:১৯-৩৩ (শিক্ষা অধ্যায় ১১)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ২৮

  • কামৰ ঠাইত বেয়া সংগতিৰপৰা আঁতৰি থাকক: (৭ মি.) আলোচনা। বিশ্বাস লুপ্ত কৰিব পৰা বিষয়বোৰৰপৰা আঁতৰি থাকক—কুসংগতি নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক: বেয়া সংগতি কৰাৰ বাবে ভনীগৰাকীৰ ওপৰত কি প্ৰভাৱ পৰিল? তাই কি পদক্ষেপ লৈছিল আৰু ইয়াৰপৰা তাইৰ কি লাভ হʼল? এই ভিডিঅʼখনৰপৰা আপুনি কি শিকিলে?

  • অচিনাকী ঠাইত বন্ধু বিচৰা: (৮ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক: অখিলে কিয় বেয়া সংগতি কৰিছিল? তেওঁ মণ্ডলীত ভাল বন্ধু কেনেকৈ বিচাৰি পালে? এই ভিডিঅʼখনৰপৰা আপুনি কি শিকিলে?

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৩৮

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ৫৫ আৰু প্ৰাৰ্থনা