Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যিহোচূৱাৰ শেষ পৰামৰ্শ

যিহোচূৱাৰ শেষ পৰামৰ্শ

‘তোমালোকে সাৱধান হৈ, তোমালোকৰ ঈশ্বৰ যিহোৱাক প্ৰেম কৰা।’ (যিহো ২৩:১১)

তোমালোকে আন জাতিৰ লগত মিলা-মিচা নকৰিবা (যিহো ২৩:১২, ১৩; it-১-E ৭৫)

যিহোৱাৰ ওপৰত ভৰসা কৰিবা (যিহো ২৩:১৪; w০৭-HI ১১/১ ২৭-২৮ ¶১৯-২০)

যিহোচূৱাৰ পৰামৰ্শ মানি চলিলে আমি কেনেকৈ যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰিম?