নৱেম্বৰ ২৯–ডিচেম্বৰ ৫
বিচাৰকৰ্ত্তাবিলাক ৪-৫
গীত ১৩৭ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“দুগৰাকী তিৰোতাৰ যোগেদি যিহোৱাই নিজৰ লোকসকলক ৰক্ষা কৰিলে”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
বিচা ৫:২০—বাৰাকৰ ফলীয়া হৈ আকাশৰ তৰাবোৰে কেনেকৈ যুদ্ধ কৰিলে? (w০৫ ২/১ ১৫ ¶৫)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) বিচা ৪:১-১৬ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত ২০২১ চনৰ প্ৰহৰীদুৰ্গৰ নং ২ দিয়ক। (শিক্ষা অধ্যায় ১)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত এক অনন্ত জীৱন ব্ৰচাৰখন দিয়ক। (শিক্ষা অধ্যায় ৪)
ভাষণ: (৫ মি.) w০৬-HI ৩/১ ২৮-২৯—বিষয়: ‘মণ্ডলীত তিৰোতা মানুহে নিজম দি থাকক’ ইয়াৰ অৰ্থ কি?—১কৰি ১৪:৩৪. (শিক্ষা অধ্যায় ১৪)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“ভনীসকলে নিজৰ সেৱা আৰু কেনেকৈ বঢ়াব পাৰে?”: (১৫ মি.) আলোচনা। ‘প্ৰভুত বহু পৰিশ্ৰম কৰা তিৰোতাসকল’ নামৰ ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৪০
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৮ আৰু প্ৰাৰ্থনা