Skip to content

Skip to table of contents

ভাববাদীনী দবোৰাই খেজুৰ গছৰ তলত বহি বাৰাকক ঈশ্বৰৰ লোকসকলক ৰক্ষা কৰিবলৈ কৰিবলৈ উৎসাহিত কৰিছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

দুগৰাকী তিৰোতাৰ যোগেদি যিহোৱাই নিজৰ লোকসকলক ৰক্ষা কৰিলে

দুগৰাকী তিৰোতাৰ যোগেদি যিহোৱাই নিজৰ লোকসকলক ৰক্ষা কৰিলে

এজন নিষ্ঠুৰ ৰজাই ইস্ৰায়েলীসকলক বৰ বেয়াকৈ অত্যাচাৰ কৰিলে (বিচা ৪:৩; ৫:৬-৮; w১৫-E ৮/১ ১৩ ¶১)

দবোৰাৰ যোগেদি যিহোৱাই ইস্ৰায়েলীসকলক ৰক্ষা কৰিলে (বিচা ৪:৪-৭; ৫:৭; w১৫-E ৮/১ ১৩ ¶২; বেটুপাতত দিয়া ছবিখন চাওক)

যায়েলৰ যোগেদি যিহোৱাই চীচৰাক হত্যা কৰিলে (বিচা ৪:১৬, ১৭, ২১; w১৫-E ৮/১ ১৫ ¶২)

এই ঘটনাৰপৰা কেনেকৈ জানিব পাৰি যে যিহোৱাই তিৰোতাসকলক সন্মান কৰে?