Skip to content

Skip to table of contents

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

আলোচনাৰ বাবে আৰ্হি

আলোচনাৰ বাবে আৰ্হি

প্ৰথম সাক্ষাৎ নৱেম্বৰ (বিশেষ অভিযান)

প্ৰশ্ন: যুদ্ধ আৰু হিংসা কেতিয়াবা শেষ হʼবনে?

পদ: গীত ৩৭:১০, ১১

পৰৱৰ্তী সাক্ষাতৰ বাবে: ভৱিষ্যতৰ বিষয়ে ঈশ্বৰে কি প্ৰতিজ্ঞা কৰিছে?

শিক্ষাদানৰ সঁজুলিৰ বাকচত এই পদটো বিচাৰক:

প্ৰথম সাক্ষাৎ ডিচেম্বৰ *

প্ৰশ্ন: সমস্যাৰ সময়ত কোনে আমাক সান্ত্বনা দি পাৰে?

পদ: ২কৰি ১:৩, ৪

পৰৱৰ্তী সাক্ষাতৰ বাবে: ভৱিষ্যতৰ বিষয়ে ঈশ্বৰে কি প্ৰতিজ্ঞা কৰিছে?

শিক্ষাদানৰ সঁজুলিৰ বাকচত এই আলোচনীটো বিচাৰক:

পুনৰ সাক্ষাৎ *

প্ৰশ্ন: ভৱিষ্যতৰ বিষয়ে ঈশ্বৰে কি প্ৰতিজ্ঞা কৰিছে?

পদ: প্ৰকা ২১:৩, ৪

পৰৱৰ্তী সাক্ষাতৰ বাবে: পবিত্ৰ শাস্ত্ৰখন ভালদৰে বুজিবলৈ আপুনি কি কৰিব পাৰে?

শিক্ষাদানৰ সঁজুলিৰ বাকচত এই পদটো বিচাৰক:

^ অনু. 9 ^ অনু. 15 আপোনাৰ এলেকাৰ পৰিস্থিতিৰ অনুসৰি প্ৰশ্ন আৰু পৰৱৰ্তী সাক্ষাতৰ বাবে প্ৰশ্নটো সলনি কৰিব পাৰে।