Skip to content

Skip to table of contents

ডিচেম্বৰ ২-৮

গীতমালা ১১৩-১১৮

ডিচেম্বৰ ২-৮

গীত নং ১২৭ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. আমি কেনেকৈ যিহোৱাৰ প্ৰতি কৃতজ্ঞতা দেখুৱাব পাৰোঁ?

(১০ মি.)

যিহোৱাই আমাক ৰক্ষা কৰে, আমাৰ ওপৰত অনুগ্ৰহ কৰে আৰু আমাক সমস্যাৰ পৰা ৰক্ষা কৰে (গীত ১১৬:৬-৮; w০১ ১/১ ১১ ¶১৩)

যিহোৱাৰ নিয়ম আৰু শিক্ষাবোৰ পালন কৰি আমি তেওঁৰ প্ৰতি কৃতজ্ঞতা দেখুৱাব পাৰোঁ (গীত ১১৬:১২, ১৪; w২৩.১০ ১১ ¶১৯)

যিহোৱাক ‘ধন্যবাদ বলি উৎসৰ্গ কৰি’ আমি তেওঁৰ প্ৰতি কৃতজ্ঞতা দেখুৱাব পাৰোঁ (গীত ১১৬:১৭; w১৯.১১-HI ২২-২৩ ¶৯-১১)

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ১১৬:১৫—এই পদত কোৱা ঈশ্বৰৰ ‘সাধুবিলাক’ কোন? (w১২-HI ৫/১৫ ২২ ¶১-৩)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ১১৬:১–১১৭:২ (শিক্ষা অধ্যায় ২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. স্পষ্টকৈ পৰামৰ্শ দিয়ক—যীচুৱে কি কৰিলে?

(৭ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক, তাৰ পাছত লোকসকলক প্ৰেম কৰক পাঠ ১২ ভাগ ১-২ আলোচনা কৰক।

৫. স্পষ্টকৈ পৰামৰ্শ দিয়ক—যীচুৰ দৰে আমি কি কৰিব পাৰোঁ?

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ৬০

৬. মণ্ডলীৰ প্ৰয়োজনীয়তা

(১৫ মি.)

৭. মণ্ডলীৰ বাইবেল অধ্যয়ন

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ২৯ আৰু প্ৰাৰ্থনা