ডিচেম্বৰ ৯-১৫
গীতমালা ১১৯:১-৫৬
গীত নং ১২৪ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)
১. “ডেকা মানুহে কিহেৰে নিজ পথ শুদ্ধ কৰিব?”
(১০ মি.)
সাৱধান হৈ থাকক (গীত ১১৯:৯; w৮৭-E ১১/১ ১৮ ¶১০)
ঈশ্বৰে যিবোৰ নিৰ্দেশনা মনত পেলাই দিয়ে, সেইবোৰক ধৰি ৰাখক (গীত ১১৯:২৪, ৩১, ৩৬; w০৬-HI ৭/১ ১৭ ¶১)
বেয়া বস্তুবোৰৰ পৰা নিজৰ চকু ঘূৰাওক (গীত ১১৯:৩৭; w১০-HI ৪/১৫ ২০ ¶২)
নিজকে সোধক, ‘যিহোৱাই মোক বহুতো উপায়েৰে নিৰ্দেশনা দিয়ে, কোনটো নিৰ্দেশনাই মোক নৈতিকভাৱে শুদ্ধ হৈ থাকিবলৈ সহায় কৰিব?’
২. আধ্যাত্মিক ৰত্ন বিচাৰক
(১০ মি.)
গীত ১১৯:৫০-৫২—যিহোৱাৰ মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰাৰ বাবে যেতিয়া লোকসকলে আমাক ঠাট্টা কৰে, তেতিয়া আমি কেনে প্ৰতিক্ৰিয়া দেখুৱা উচিত? (w২২.১১ ১৭ ¶১৪)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?
৩. বাইবেল পাঠ
(৪ মি.) গীত ১১৯:১-৩২ (শিক্ষা অধ্যায় ৫)
৪. কথা-বতৰা আৰম্ভ কৰক
(৩ মি.) ঘৰে-ঘৰে প্ৰচাৰ। আপুনি প্ৰচাৰ কৰিবলৈ এখন ঘৰৰ পৰা আন এখন ঘৰলৈ গৈ থাকোঁতে ৰাস্তাত কাৰোবাক লগ পালে। তেওঁৰ লগত কথা পাতক। (লোকসকলক প্ৰেম কৰক পাঠ ১ ভাগ ৪)
৫. পুনৰ লগ কৰক
(৪ মি.) ঘৰে-ঘৰে প্ৰচাৰ। যোৱাবাৰ গৃহস্থই আপোনাক জনাইছিল যে অলপতে তেওঁ নিজৰ কোনো আপোনজনাক মৃত্যুত হেৰুৱাইছে। (লোকসকলক প্ৰেম কৰক পাঠ ৯ ভাগ ৩)
৬. ভাষণ
(৫ মি.) যুৱক-যুৱতীসকলে সোধে-HI ৮৩—বিষয়: যদি কিবা বেয়া কাম কৰিবলৈ মন যায়, তেনেহʼলে মই নিজকে কেনেকৈ ৰখাব পাৰোঁ? (শিক্ষা অধ্যায় ২০)
গীত নং ৪০
৭. সংগঠনে লাভ কৰা সফলতা
(১০ মি.) ডিচেম্বৰ মাহৰ ভিডিঅʼখন দেখুৱাওক।
৮. মণ্ডলীৰ প্ৰয়োজনীয়তা
(৫ মি.)
৯. মণ্ডলীৰ বাইবেল অধ্যয়ন
(৩০ মি.) w২১.১০ ১৯-২২ ¶৫-১২