Skip to content

Skip to table of contents

ডিচেম্বৰ ৯-১৫

গীতমালা ১১৯:১-৫৬

ডিচেম্বৰ ৯-১৫

গীত নং ১২৪ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. “ডেকা মানুহে কিহেৰে নিজ পথ শুদ্ধ কৰিব?”

(১০ মি.)

সাৱধান হৈ থাকক (গীত ১১৯:৯; w৮৭-E ১১/১ ১৮ ¶১০)

ঈশ্বৰে যিবোৰ নিৰ্দেশনা মনত পেলাই দিয়ে, সেইবোৰক ধৰি ৰাখক (গীত ১১৯:২৪, ৩১, ৩৬; w০৬-HI ৭/১ ১৭ ¶১)

বেয়া বস্তুবোৰৰ পৰা নিজৰ চকু ঘূৰাওক (গীত ১১৯:৩৭; w১০-HI ৪/১৫ ২০ ¶২)

নিজকে সোধক, ‘যিহোৱাই মোক বহুতো উপায়েৰে নিৰ্দেশনা দিয়ে, কোনটো নিৰ্দেশনাই মোক নৈতিকভাৱে শুদ্ধ হৈ থাকিবলৈ সহায় কৰিব?’

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ১১৯:৫০-৫২—যিহোৱাৰ মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰাৰ বাবে যেতিয়া লোকসকলে আমাক ঠাট্টা কৰে, তেতিয়া আমি কেনে প্ৰতিক্ৰিয়া দেখুৱা উচিত? (w২২.১১ ১৭ ¶১৪)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ১১৯:১-৩২ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) ঘৰে-ঘৰে প্ৰচাৰ। আপুনি প্ৰচাৰ কৰিবলৈ এখন ঘৰৰ পৰা আন এখন ঘৰলৈ গৈ থাকোঁতে ৰাস্তাত কাৰোবাক লগ পালে। তেওঁৰ লগত কথা পাতক। (লোকসকলক প্ৰেম কৰক পাঠ ১ ভাগ ৪)

৫. পুনৰ লগ কৰক

(৪ মি.) ঘৰে-ঘৰে প্ৰচাৰ। যোৱাবাৰ গৃহস্থই আপোনাক জনাইছিল যে অলপতে তেওঁ নিজৰ কোনো আপোনজনাক মৃত্যুত হেৰুৱাইছে। (লোকসকলক প্ৰেম কৰক পাঠ ৯ ভাগ ৩)

৬. ভাষণ

(৫ মি.) যুৱক-যুৱতীসকলে সোধে-HI ৮৩—বিষয়: যদি কিবা বেয়া কাম কৰিবলৈ মন যায়, তেনেহʼলে মই নিজকে কেনেকৈ ৰখাব পাৰোঁ? (শিক্ষা অধ্যায় ২০)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ৪০

৭. সংগঠনে লাভ কৰা সফলতা

৮. মণ্ডলীৰ প্ৰয়োজনীয়তা

(৫ মি.)

৯. মণ্ডলীৰ বাইবেল অধ্যয়ন

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ২১ আৰু প্ৰাৰ্থনা