নৱেম্বৰ ১১-১৭
গীতমালা ১০৬
গীত নং ৩৬ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)
১. “নিজৰ ত্ৰাণকৰ্ত্তা সেই ঈশ্বৰক সিবিলাকে পাহৰিলে”
(১০ মি.)
যেতিয়া ইস্ৰায়েলীসকলে ভয় খালে, তেতিয়া যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে (যাত্ৰা ১৪:১১, ১২; গীত ১০৬:৭-৯)
যেতিয়া ইস্ৰায়েলীসকলক ভোক আৰু পিয়াহ লাগিছিল, তেতিয়া তেওঁলোকে যিহোৱাৰ বিৰুদ্ধে কʼবলৈ ধৰিলে (যাত্ৰা ১৫:২৪; ১৬:৩, ৮; ১৭:২, ৩; গীত ১০৬:১৩, ১৪)
যেতিয়া ইস্ৰায়েলীসকলে চিন্তিত হʼল, তেতিয়া তেওঁলোকে মূৰ্তিপূজা কৰিবলৈ ধৰিলে (যাত্ৰা ৩২:১; গীত ১০৬:১৯-২১; w১৮.০৭-HI ২০ ¶১৩)
ধ্যানৰ বাবে প্ৰশ্ন: যেতিয়া সমস্যা আহে, তেতিয়া যিহোৱাই অতীতত কেনেকৈ সহায় কৰিলে তাৰ বিষয়ে মনত পেলোৱাটো কিয় ভাল?
২. আধ্যাত্মিক ৰত্ন বিচাৰক
(১০ মি.)
গীত ১০৬:৩৬, ৩৭—মূৰ্তিপূজা কৰা আৰু দুষ্ট স্বৰ্গদূতলৈ বলিদান দিয়াৰ মাজত কি সম্পৰ্ক আছে? (w০৬-HI ৮/১ ৬ ¶৯)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?
৩. বাইবেল পাঠ
(৪ মি.) গীত ১০৬:২১-৪৮ (শিক্ষা অধ্যায় ১০)
৪. সহজ-সৰলভাৱে শিকাওক—যীচুৱে কি কৰিলে?
(৭ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক, তাৰ পাছত লোকসকলক প্ৰেম কৰক পাঠ ১১ ভাগ ১-২ আলোচনা কৰক।
৫. সহজ-সৰলভাৱে শিকাওক—যীচুৰ দৰে আমি কি কৰিব পাৰোঁ?
(৮ মি.) লোকসকলক প্ৰেম কৰক পাঠ ১১ ভাগ ৩-৫ আৰু “এয়াও চাওক” ভাগৰ পৰা আলোচনা।
গীত নং ৭৮
৬. মণ্ডলীৰ প্ৰয়োজনীয়তা
(১৫ মি.)
৭. মণ্ডলীৰ বাইবেল অধ্যয়ন
(৩০ মি.) w২১.১০ ৮-১০ ¶১-৮