নৱেম্বৰ ২৫–ডিচেম্বৰ ১
গীতমালা ১০৯-১১২
গীত নং ১৪ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)
১. ৰজা যীচুক সহযোগ কৰক
(১০ মি.)
স্বৰ্গলৈ উভতি যোৱাৰ পাছত যীচু যিহোৱাৰ সোঁফালে বহিল (গীত ১১০:১; w০৬-HI ৯/১ ১৮ ¶৬)
যীচুৱে নিজৰ শত্ৰুসকলৰ ওপৰত ১৯১৪ চনৰ পৰা জয়লাভ কৰিবলৈ ধৰিলে (গীত ১১০:২; w০০-HI ৪/১ ১৮ ¶৩)
যেতিয়া আমি নিজৰ পৰিস্থিতিৰ অনুসৰি উৎসাহেৰে সেৱা কৰোঁ, তেতিয়া আমি যীচুৰ শাসনক সহযোগ কৰাৰ দৰে হয় (গীত ১১০:৩;এক অনন্ত জীৱন! পাঠ ৫৫ ভাগ ১)
নিজকে সোধক, ‘ঈশ্বৰৰ ৰাজ্যক সহযোগ কৰিবলৈ মই কি কি লক্ষ্য ৰাখিব পাৰোঁ?’
২. আধ্যাত্মিক ৰত্ন বিচাৰক
(১০ মি.)
-
গীত ১১০:৪—এই পদত কোনটো চুক্তিৰ বিষয়ে কোৱা হৈছে বুজাওক। (it-১-E ৫২৪ ¶২)
-
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?
৩. বাইবেল পাঠ
(৪ মি.) গীত ১০৯:১-২৬ (শিক্ষা অধ্যায় ২)
৪. কথা-বতৰা আৰম্ভ কৰক
(২ মি.) ঘৰে-ঘৰে প্ৰচাৰ। এখন ট্ৰেক্টৰ পৰা কথা-বতৰা আৰম্ভ কৰক। (লোকসকলক প্ৰেম কৰক পাঠ ৪ ভাগ ৩)
৫. আপুনি কি বিশ্বাস কৰে বুজাওক
(৫ মি.) প্ৰদৰ্শন। সঘনাই সোধা প্ৰশ্ন ২৩—বিষয়: যিহোৱাৰ সাক্ষীসকলে যুদ্ধত কিয় অংশগ্ৰহণ নকৰে? (লোকসকলক প্ৰেম কৰক পাঠ ৪ ভাগ ৪)
৬. বাইবেল অধ্যয়ন কৰক
গীত নং ৭২
৭. আমি কেনেকৈ ঈশ্বৰৰ ৰাজ্যক সহযোগ কৰিব পাৰোঁ?
(১৫ মি.) আলোচনা।
যিহোৱাৰ ৰাজ্য এই কথাৰ প্ৰমাণ হয় যে তেৱেঁই স্বৰ্গ আৰু পৃথিৱীৰ ৰজা। (দানি ২:৪৪, ৪৫) সেইবাবে, যেতিয়া আমি প্ৰতিটো ক্ষেত্ৰত তেওঁৰ ৰাজ্যক সমৰ্থন কৰোঁ, তেতিয়া আমি দেখুৱাওঁ যে আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যিহোৱাতকৈ ভাল ৰজা আৰু কোনো নাই।
‘শান্তিৰ শাসকক‘ মনে-প্ৰাণে সমৰ্থন কৰক ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:
-
আমি ঈশ্বৰৰ ৰাজ্যক কেনেকৈ সমৰ্থন কৰিব পাৰোঁ?
তলত ঈশ্বৰৰ ৰাজ্যক সমৰ্থন কৰাৰ বেলেগ বেলেগ উপায়ৰ বিষয়ে জনোৱা হৈছে। প্ৰতিটো উপায়ৰ লগত জড়িত এটা পদ লিখিক।
-
আমি ঈশ্বৰৰ ৰাজ্যক নিজৰ জীৱনত প্ৰথম স্থান দিওঁ।
-
আমি ঈশ্বৰৰ ৰাজ্যই নিৰ্ধাৰণ কৰা নৈতিক মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰোঁ।
-
আমি উৎসাহেৰে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে আনক জনাওঁ।
-
আমি চৰকাৰৰ কথা পালন কৰোঁ। কিন্তু যেতিয়া তেওঁলোকৰ নিয়ম ঈশ্বৰৰ আজ্ঞা বিৰোধে হয়, তেতিয়া আমি ঈশ্বৰৰ কথা পালন কৰোঁ।
৮. মণ্ডলীৰ বাইবেল অধ্যয়ন
(৩০ মি.) w২১.১০ ১২-১৩ ¶১৬-২২