Skip to content

Skip to table of contents

নৱেম্বৰ ২৫–ডিচেম্বৰ ১

গীতমালা ১০৯-১১২

নৱেম্বৰ ২৫–ডিচেম্বৰ ১

গীত নং ১৪ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. ৰজা যীচুক সহযোগ কৰক

(১০ মি.)

স্বৰ্গলৈ উভতি যোৱাৰ পাছত যীচু যিহোৱাৰ সোঁফালে বহিল (গীত ১১০:১; w০৬-HI ৯/১ ১৮ ¶৬)

যীচুৱে নিজৰ শত্ৰুসকলৰ ওপৰত ১৯১৪ চনৰ পৰা জয়লাভ কৰিবলৈ ধৰিলে (গীত ১১০:২; w০০-HI ৪/১ ১৮ ¶৩)

যেতিয়া আমি নিজৰ পৰিস্থিতিৰ অনুসৰি উৎসাহেৰে সেৱা কৰোঁ, তেতিয়া আমি যীচুৰ শাসনক সহযোগ কৰাৰ দৰে হয় (গীত ১১০:৩;এক অনন্ত জীৱন! পাঠ ৫৫ ভাগ ১)

নিজকে সোধক, ‘ঈশ্বৰৰ ৰাজ্যক সহযোগ কৰিবলৈ মই কি কি লক্ষ্য ৰাখিব পাৰোঁ?’

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ১১০:৪—এই পদত কোনটো চুক্তিৰ বিষয়ে কোৱা হৈছে বুজাওক। (it-১-E ৫২৪ ¶২)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ১০৯:১-২৬ (শিক্ষা অধ্যায় ২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(২ মি.) ঘৰে-ঘৰে প্ৰচাৰ। এখন ট্ৰেক্টৰ পৰা কথা-বতৰা আৰম্ভ কৰক। (লোকসকলক প্ৰেম কৰক পাঠ ৪ ভাগ ৩)

৫. আপুনি কি বিশ্বাস কৰে বুজাওক

(৫ মি.) প্ৰদৰ্শন। সঘনাই সোধা প্ৰশ্ন ২৩—বিষয়: যিহোৱাৰ সাক্ষীসকলে যুদ্ধত কিয় অংশগ্ৰহণ নকৰে? (লোকসকলক প্ৰেম কৰক পাঠ ৪ ভাগ ৪)

৬. বাইবেল অধ্যয়ন কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ৭২

৭. আমি কেনেকৈ ঈশ্বৰৰ ৰাজ্যক সহযোগ কৰিব পাৰোঁ?

(১৫ মি.) আলোচনা।

যিহোৱাৰ ৰাজ্য এই কথাৰ প্ৰমাণ হয় যে তেৱেঁই স্বৰ্গ আৰু পৃথিৱীৰ ৰজা। (দানি ২:৪৪, ৪৫) সেইবাবে, যেতিয়া আমি প্ৰতিটো ক্ষেত্ৰত তেওঁৰ ৰাজ্যক সমৰ্থন কৰোঁ, তেতিয়া আমি দেখুৱাওঁ যে আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যিহোৱাতকৈ ভাল ৰজা আৰু কোনো নাই।

‘শান্তিৰ শাসকক‘ মনে-প্ৰাণে সমৰ্থন কৰক ভিডিঅʼখন দেখুৱাওক তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:

  • আমি ঈশ্বৰৰ ৰাজ্যক কেনেকৈ সমৰ্থন কৰিব পাৰোঁ?

তলত ঈশ্বৰৰ ৰাজ্যক সমৰ্থন কৰাৰ বেলেগ বেলেগ উপায়ৰ বিষয়ে জনোৱা হৈছে। প্ৰতিটো উপায়ৰ লগত জড়িত এটা পদ লিখিক।

  • আমি ঈশ্বৰৰ ৰাজ্যক নিজৰ জীৱনত প্ৰথম স্থান দিওঁ।

  • আমি ঈশ্বৰৰ ৰাজ্যই নিৰ্ধাৰণ কৰা নৈতিক মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰোঁ।

  • আমি উৎসাহেৰে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে আনক জনাওঁ।

  • আমি চৰকাৰৰ কথা পালন কৰোঁ। কিন্তু যেতিয়া তেওঁলোকৰ নিয়ম ঈশ্বৰৰ আজ্ঞা বিৰোধে হয়, তেতিয়া আমি ঈশ্বৰৰ কথা পালন কৰোঁ।

৮. মণ্ডলীৰ বাইবেল অধ্যয়ন

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ৭৫ আৰু প্ৰাৰ্থনা