মালাৱিত হোৱা অধিৱেশনত উপস্থিত হোৱা লোকসকলে JW ব্ৰ’ডকাষ্টিং চাবলৈ গধুলি সময়ত একত্ৰিত হৈছে

আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা–সভাৰ বাবে অধ্যয়ন পুস্তিকা নবেম্বৰ 2019

আলোচনাৰ বাবে আৰ্হি

জীৱনৰ উদ্দেশ্য আৰু ভৱিষ্যতৰ বাবে ঈশ্বৰৰ প্ৰতিজ্ঞাৰ বিষয়ে আধাৰত ধাৰাহিক আলোচনা।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

জগত বা জগতত থকা বিষয়বোৰক প্ৰেম নকৰিব

জগত আৰু তাৰ অভিলাষবোৰে আমাক যিহোৱাৰপৰা আঁতৰাই লৈ যাব পাৰে। ইয়াৰপৰা আঁতৰি থাকিবলৈ আমাক কিহে সহায় কৰিব পাৰে?

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

বিবাহ আয়োজনত জগতৰ প্ৰভাৱ পৰিবলৈ নিদিব

এহাল দম্পতীয়ে যাতে শুদ্ধ বিবেক বজাই ৰাখিব পাৰে আৰু কোনো অনুশোচনা নকৰে, তাৰ বাবে বাইবেলৰ কোনবোৰ সিদ্ধান্তই তেওঁলোকৰ বিশেষ দিনৰ বাবে আয়োজন কৰিবলৈ সহায় কৰিব?

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

সত্যত থাকিবলৈ আমি সংঘৰ্ষ কৰা উচিত

আমি কেনেকৈ “বিশ্বাসৰ পক্ষে প্ৰাণপণ” সংঘৰ্ষ কৰা উচিত?

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

‘তোমাৰ কৰ্ম্ম মই জানো’

মণ্ডলীত হৈ থকা সকলো কাৰ্য্যবোৰৰ প্ৰতি যীচু সজাগ হৈ থাকে আৰু প্ৰাচীন গোষ্ঠীক সম্পূৰ্ণৰূপে নিয়ত্ৰণ আছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

আমাৰ প্ৰয়োজনীয়তাৰ বিষয়ে যিহোৱাই ভালদৰে জানে

প্ৰতিটো অধিৱেশন আমাৰ প্ৰয়োজনীয়তা অনুসৰি কিয় হয়? সপ্তাহৰ মাজত হোৱা সভাক কিহে উৎসাহজনক আৰু ব্যৱহাৰিক কৰি তোলে?

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

চাৰিজন অশ্বাৰোহী

আজি আমি প্ৰকাশিত বাক্য কিতাপত উল্লেখ কৰা লাক্ষণিক চাৰিজন অশ্বাৰোহীৰ বিষয়ে সাক্ষ্য দিওঁ। এইবোৰে কিহক চিত্ৰিত কৰিছে?

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

হৰ্ষিত মনেৰে দিয়া জনক যিহোৱাই প্ৰেম কৰে

যিহোৱাৰ সাক্ষীসকলৰ স্থানীয় আৰু পৃথিৱীজুৰি হৈ থকা কাৰ্য্যক সমৰ্থন কৰিবলৈ আমি কেনেকৈ দান কৰিব পাৰোঁ?