Skip to content

Skip to table of contents

আলোচনাৰ বাবে আৰ্হি

আলোচনাৰ বাবে আৰ্হি

●○○ প্ৰথম সাক্ষাৎ

প্ৰশ্ন: জীৱনৰ উদ্দেশ্য কি?

পদ: আদি ১:২৭, ২৮

পৰৱৰ্তী সাক্ষাতৰ বাবে: ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছে, সেয়া পূৰ কৰিব বুলি আমি কেনেকৈ নিশ্চিত?

○●○ প্ৰথম পুনৰ সাক্ষাৎ

প্ৰশ্ন: ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছে, সেয়া পূৰ কৰিব বুলি আমি কেনেকৈ নিশ্চিত?

পদ: যিহো ২১:৪৫

পৰৱৰ্তী সাক্ষাতৰ বাবে: ঈশ্বৰে ভৱিষ্যতৰ বিষয়ে কি প্ৰতিজ্ঞা কৰিছে?

○○● দ্বিতীয় পুনৰ সাক্ষাৎ

প্ৰশ্ন: ঈশ্বৰে ভৱিষ্যতৰ বিষয়ে কি প্ৰতিজ্ঞা কৰিছে?

পদ: প্ৰকা ২১:৪

পৰৱৰ্তী সাক্ষাতৰ বাবে: ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছে, তাৰপৰা আমি কেনেকৈ আশীৰ্ব্বাদ লাভ কৰিব পাৰিম?