Skip to content

Skip to table of contents

নৱেম্বৰ ২৫–ডিচেম্বৰ ১

প্ৰকাশিত বাক্য ৪-৬

নৱেম্বৰ ২৫–ডিচেম্বৰ ১
  • গীত ২২ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • চাৰিজন অশ্বাৰোহী”: (১০ মি.)

    • প্ৰকা ৬:২—বগা ঘোঁৰাৰ অশ্বাৰোহীজন “জয় কৰিবলৈ ওলাই গল” (wp১৭.৩-HI ৪ ¶৩, ৫)

    • প্ৰকা ৬:৪-৬—ৰঙা ঘোঁৰা আৰু ক’লা ঘোঁৰাৰ অশ্বাৰোহীকেইজন পিচে পিচে ওলাই গ’ল (wp১৭.৩-HI ৫ ¶২, ৪-৫)

    • প্ৰকা ৬:৮—তাৰ পাছত আহিছে পাণ্ডু বৰণীয়া অশ্বাৰোহীজন আৰু কবৰ তেওঁৰ পিচে পিচে আহিছে (wp১৭.৩-HI ৫ ¶৮-১০)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • প্ৰকা ৪:৪, ৬—২৪ জন বৃদ্ধলোক আৰু চাৰিজন আত্মিক প্ৰাণীয়ে কিহক চিত্ৰিত কৰে? (re-E ৭৬-৭৭ ¶৮; ৮০ ¶১৯)

    • প্ৰকা ৫:৫—যীচুক কিয় “যিহূদা ফৈদৰ সিংহ” বুলি কোৱা হৈছিল? (cf-HI ৩৬ ¶৫-৬)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) প্ৰকা ৪:১-১১ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৪৬

  • হৰ্ষিত মনেৰে দিয়া জনক যিহোৱাই প্ৰেম কৰে”: (১৫ মি.) এজন প্ৰাচীনৰ দ্বাৰা আলোচনা। ইণ্টাৰনেটৰ যোগেদি দান কেনেকৈ দিব পাৰি নামৰ ভিডিঅ’খন দেখুৱাওক। প্ৰচাৰকসকলক জানিবলৈ সহায় কৰক যে তেওঁলোকে jw.org ৱেবছাইট আৰু jw লাইবেৰীত থকা দান-বৰঙণি বুটনত ক্লিক কৰি অথবা donate.pr418.com টাইপ কৰি দান-বৰঙণি আগবঢ়াব পাৰে। বিগত সেৱা বছৰত দান-বৰঙণি আগবঢ়োৱাৰ বাবে শাখা কাৰ্য্যালয়ৰপৰা পোৱা চিঠিখন পঢ়ক। মণ্ডলীৰ ভাই-ভনীসকলে যি দান-বৰঙণি আগবঢ়ায়, তাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১৩ ¶১-৯

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ২৯ আৰু প্ৰাৰ্থনা