Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | প্ৰকাশিত বাক্য ৪-৬

চাৰিজন অশ্বাৰোহী

চাৰিজন অশ্বাৰোহী

৬:২, ৪-৬, 

যীচুৱে “জয় কৰিবলৈ গল” আৰু চয়তান আৰু তাৰ দুষ্ট স্বৰ্গদূতবিলাকক স্বৰ্গৰপৰা পৃথিৱীলৈ পেলাই দিলে। যীচুৱে শেষ কালৰ সময়ছোৱাত, নিজৰ সেৱকসকলৰ বাবে সহায় আৰু সুৰক্ষা আগবঢ়োৱাৰ যোগেদি তেওঁলোকৰ পক্ষ হৈ যুদ্ধ কৰি জয়লাভ কৰিব। যেতিয়া যীচুৱে, তিনিজন অশ্বাৰোহীৰ যাত্ৰা হৰমাগিদোন নামৰ ঠাইত সমাপ্ত কৰিব আৰু ইয়াৰ পাছত তেওঁলোকৰ সকলো ধ্বংসকাৰী প্ৰভাৱবোৰক একেবাৰে পৰিৱৰ্তন কৰিব, তেতিয়া তেওঁ সম্পূৰ্ণৰূপে “জয়” কৰিব।