Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ১ যোহন ১-৫

জগত বা জগতত থকা বিষয়বোৰক প্ৰেম নকৰিব

জগত বা জগতত থকা বিষয়বোৰক প্ৰেম নকৰিব

২:১৫-১৭

তলত উল্লেখ কৰা তিনিটা প্ৰলোভনৰ যোগেদি চয়তানে লোকসকলক যিহোৱা ঈশ্বৰৰপৰা দূৰ কৰিবলৈ চেষ্টা কৰে। আপুনি আনক কেনেকৈ বুজাব?

  • “মাংসৰ অভিলাষ”

  • “চকুৰ অভিলাষ”

  • “জীৱন কালৰ গৰ্ব্ব”