Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

বিবাহ আয়োজনত জগতৰ প্ৰভাৱ পৰিবলৈ নিদিব

বিবাহ আয়োজনত জগতৰ প্ৰভাৱ পৰিবলৈ নিদিব

এজন খ্ৰীষ্টান দম্পতীয়ে নিজৰ বিবাহৰ আয়োজনৰ বাবে বহুতো নিৰ্ণয় ল’বলগীয়া হয়। তেওঁলোকে হয়তো সম্প্ৰদায়ৰ অনুসৰি বিবাহত অতিমাত্ৰা খৰচ কৰিবলৈ হেঁচাৰ অনুভৱ কৰিব পাৰে। বিবাহত কি কি জড়িত কৰা উচিত, তাৰ বিষয়ে বন্ধুবৰ্গ আৰু পৰিয়ালৰ লোকসকলে হয়তো বহুতো মতামত দিব পাৰে। এহাল দম্পতীয়ে যাতে শুদ্ধ বিবেক বজাই ৰাখিব পাৰে আৰু কোনো অনুশোচনা নকৰে, তাৰ বাবে বাইবেলৰ কোনবোৰ সিদ্ধান্তই তেওঁলোকৰ বিশেষ দিনৰ বাবে আয়োজন কৰিবলৈ সহায় কৰিব?

যিহোৱাৰ মহিমাম্বিত হোৱা বিবাহ নামৰ ভিডিঅ’খন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • নিম্নলিখিত বাইবেলৰ সিদ্ধান্তই নিক আৰু জুলীয়ানাক কেনেকৈ সহায় কৰিছিল?

  • বিবাহৰ আয়োজন কৰা দম্পতীয়ে ‘ভোজৰ গৰাকীৰ’ বাবে কিয় এজন আধ্যাত্মিকভাৱে পৰিপক্ক ভাইক বাছনি কৰা উচিত?—যোহ ২:৯, ১০.

  • বিবাহৰ বাবে নিক আৰু জুলীয়ানাই ব্যক্তিগতভাৱে বাছনি কৰাৰ কাৰণ কি কি আছিল?

  • বিবাহ অনুষ্ঠান আৰু ভোজনৰ ব্যৱস্থা কৰাৰ শেষ নিৰ্ণয় কোনে ল’ব?—w০৬-HI ১১/১ ১৮ ¶১০