Skip to content

Skip to table of contents

নৱেম্বৰ ১৮-​২৪

প্ৰকাশিত বাক্য ১-৩

নৱেম্বৰ ১৮-​২৪
  • গীত ১৫ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • তোমাৰ কৰ্ম্ম মই জানো”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • প্ৰকা ১:৭—যীচুক কেতিয়া আৰু কেনেকৈ ‘মেঘেৰে অহা’ সকলোৱে দেখিবলৈ পাব? (kr-HI ২২৬ ¶১০)

    • প্ৰকা ২:৭—“ঈশ্বৰৰ পৰম-দেশত” থকা ‘জীৱন-বৃক্ষ’ খোৱাৰ অৰ্থ কি? (w০৯-HI ১/১৫ ৩১ ¶১)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) প্ৰকা ১:১-১১ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন