Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | প্ৰকাশিত বাক্য ১-৩

‘তোমাৰ কৰ্ম্ম মই জানো’

‘তোমাৰ কৰ্ম্ম মই জানো’

১:২০; ২:১, ২

  • “সাতোটা তৰা”: অভিষিক্ত প্ৰাচীন আৰু আন প্ৰাচীনসকল

  • “মোৰ [যীচুৰ] সোঁ হাতত”: তৰাবিলাক যীচুৰ সম্পূৰ্ণ নিয়ন্ত্ৰণত থাকে। তেওঁৰপৰা তৰাবিলাকে শক্তি আৰু নিৰ্দেশনা লাভ কৰে। যদি প্ৰাচীন গোষ্ঠীৰ কোনোবা এজনক শুধৰণিৰ প্ৰয়োজন হয়, তেনেহ’লে যীচুৱে লক্ষ্য কৰিব যে এই কাৰ্য্য তেওঁৰ সময় আৰু দৃষ্টিভংগী অনুসৰি কৰিছে নে নাই

  • ‘সাতোটা সোণৰ দীপাধাৰ: খ্ৰীষ্টান মণ্ডলী। যেনেকৈ দীপাধাৰে মন্দিৰ পোহৰ কৰি তোলে, তেনেকৈ খ্ৰীষ্টান মণ্ডলীয়ে আধ্যাত্মিক পোহৰ দি আছে। (মথি ৫:১৪) যীচুৱে দীপাধাৰৰ লগত “অহা-যোৱা” কৰি সকলো মণ্ডলীৰ কাৰ্য্য চোৱা-চিতা কৰে যীচুৱে দীপাধাৰৰ লগত “অহা-যোৱা” কৰে আৰু সকলো মণ্ডলীৰ কাম-কাজৰ তত্ত্বাৱধান লয়