লেবীয়া পুস্তক ৬-৭
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান |ঈশ্বৰক ধন্যবাদ কৰিবলৈ বলি
৭:১১-১৫, ২০
ইস্ৰায়েলীসকলে যি মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিছিল, তাৰপৰা আমি কি শিকিব পাৰোঁ? আমি যিহোৱাক প্ৰাৰ্থনাৰ যোগেদি ধন্যবাদ কৰা উচিত আৰু আমি নিজৰ কামৰ যোগেদি প্ৰকাশ কৰিব পাৰোঁ যে আমি তেওঁৰ কৃতজ্ঞ।—ফিলি ৪:৬, ৭; কল ৩:১৫.
-
আমি কি কি কাৰণে যিহোৱাক ধন্যবাদ দিব পাৰোঁ?—১থিচ ৫:১৭, ১৮
-
যিহোৱাক ধন্যবাদ কৰা কিয় লাভজনক?
-
কি কামৰ যোগেদি এজন ব্যক্তিয়ে দেখুৱাই যে তেওঁ ‘ভূত-পিশাচৰ মেজৰপৰা’ খাইছে? এইদৰে কৰাৰ যোগেদি তেওঁ কেনেকৈ যিহোৱাৰ অনাদৰ কৰাৰ দৰে হʼব?—১কৰি ১০:২০, ২১