Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যাত্ৰাপুস্তক ৩৯-৪০

মোচিয়ে যিহোৱাই কোৱাৰ দৰেই কৰিলে

মোচিয়ে যিহোৱাই কোৱাৰ দৰেই কৰিলে

৩৯:৩২, ৪৩; ৪০:১, ২, ১৬

সাক্ষাৎ কৰা তম্বু আৰু তাৰ বস্তুবোৰ কেনেকৈ তৈয়াৰ কৰিব লাগে যিহোৱাই মোচিক কৈছিল। মোচিয়ে সেইদৰেই কৰিলে। বৰ্তমান সময়ত যিহোৱাই নিজৰ সংগঠনৰ যোগেদি বহুতো নিৰ্দেশনা দিয়ে। হয়তো কেতিয়াবা আমি ভাবিব পাৰোঁ, এইবোৰ পালন কৰা ইমান গুৰুত্বপূৰ্ণ নহয় বা হয়তো আমি বুজিও নাপাব পাৰোঁ যে আমাক কিয় এইদৰে কোৱা হৈছে। কিন্তু এনে পৰিস্থিতিটো আমি সেই নিৰ্দেশনাবোৰ পালন কৰা উচিত।—লূক ১৬:১০.

আমাক সেই নিৰ্দেশনাবোৰ কিয় পালন কৰা উচিত, যিবোৰ . . .

  • সেৱা সভাত দিয়া হয়?

  • চিকিৎসাৰ লগত জড়িত বিষয়ত দিয়া হয়?

  • প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা পাবলৈ দিয়া হয়?