Skip to content

Skip to table of contents

নৱেম্বৰ ৩০–ডিচেম্বৰ ৬

লেবীয়া পুস্তক ৮-৯

নৱেম্বৰ ৩০–ডিচেম্বৰ ৬
  • গীত ১৬ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • যিহোৱাৰ আশীৰ্বাদৰ প্ৰমাণ”: (১০ মি.)

    • লেবী ৮:৬-৯, ১২—মোচিয়ে হাৰোণ আৰু তেওঁৰ সন্তানসকলক পুৰোহিত হিচাপে নিযুক্ত কৰিলে (it-১-E ১২০৭)

    • লেবী ৯:১-৫—পুৰোহিতসকলে গোটেই ইস্ৰায়েল ৰাষ্ট্ৰৰ ওচৰত প্ৰথমবাৰ জীৱ-জন্তুৰ বলিদান দিলে (it-১-E ১২০৮ ¶৮)

    • লেবী ৯:২৩-২৪—নিযুক্ত কৰা পুৰোহিতসকলৰপৰা যিহোৱা আনন্দিত বুলি প্ৰকাশ কৰিলে (w১৯.১১-HI ২৩ ¶১৩)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • লেবী ৮:৬—যিহোৱাই পুৰোহিতসকলক শুদ্ধ হৈ থাকিবলৈ যি আজ্ঞা দিছিল, তাৰপৰা আমি কি শিকিব পাৰোঁ? (w১৪-HI ১১/১৫ ৯ ¶৬)

    • লেবী ৮:১৪-১৭—হাৰোণ আৰু তেওঁৰ সন্তানসকলক পুৰোহিত পদ দিয়াৰ সময়ত মোচিয়ে বলি কিয় উৎসৰ্গ কৰিলে, হাৰোণে কিয় নকৰিলে? (it-২-E ৪৩৭ ¶৩)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি. বা কম) লেবী ৮:৩১–৯:৭ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন