Skip to content

Skip to table of contents

নৱেম্বৰ ৯-১৫

লেবীয়া পুস্তক ১-৩

নৱেম্বৰ ৯-১৫
  •  গীত ২০ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • বলিদান কিয় উৎসৰ্গ কৰা হৈছিল?”: (১০ মি.)

    • [লেবীয়া পুস্তক কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]

    • লেবী ১:৩; ২:১, ১২—হোম-বলি আৰু ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰাৰ কাৰণ (it-২-E ৫২৫; ৫২৮ ¶৪)

    • লেবী ৩:১—মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰাৰ কাৰণ (it-২-E ৫২৬ ¶১)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • লেবী ২:১৩—“প্ৰত্যেক উপহাৰত” নিমখ কিয় দিবলগীয়া আছিল? (যিহি ৪৩:২৪; w০৪ ৬/১ ২৯ ¶১)

    • লেবী ৩:১৭—ইস্ৰায়েলীসকলক তেল খাবলৈ কিয় মানা কৰা হৈছিল? ইয়াৰপৰা আমি কি শিকিব পাৰোঁ? (it-১-E ৮১৩; w০৪ ৬/১ ২৯ ¶২)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি. বা কম) লেবী ১:১-১৭ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন