কম্বোডিয়া নামৰ দেশখনত সত্য শিকোৱা হৈছে

আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা–সভাৰ বাবে অধ্যয়ন পুস্তিকা ফেব্ৰুৱাৰী 2018

আলোচনাৰ বাবে আৰ্হি

প্ৰশ্নবোৰৰ আধাৰত আলোচনা: বৰ্তমান সময়ত বাইবেলখন ব্যৱহাৰিক হয় বুলি ক’ব পাৰিনে? বাইবেলখন বিজ্ঞানৰ লগত মিল আছেনে? পবিত্ৰ শাস্ত্ৰ বাইবেলে আগবঢ়োৱা উপদেশ ব্যৱহাৰিক হয়নে?

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

ধান আৰু বিনৈ বনৰ গুটিৰ দৃষ্টান্ত

ধান আৰু বিনৈ বনৰ দৃষ্টান্তৰ বিষয়ে যীচুৱে কি বৰ্ণনা কৰিছিল? সিচোতা, শত্ৰু, শস্য দোৱা লোকসকলে কিহক চিত্ৰিত কৰে?

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

ৰাজ্যৰ বাবে ব্যৱহাৰ কৰা দৃষ্টান্তবোৰৰপৰা আমি কি শিকোঁ

যীচুৱে লোকসকলক গুৰুত্বপূৰ্ণ আধ্যাত্মিক বিষয়বোৰ শিকাবলৈ সহজ-সৰল দৃষ্টান্ত ব্যৱহাৰ কৰিছিল। মথি ১৩ অধ্যায়ৰপৰা আমি আৰু কি শিকিব পাৰোঁ?

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

কেইজনমানৰ দ্বাৰা বহুতোলোকক আহাৰ খোৱায়

কেৱল পাচোঁটা পিঠা আৰু দুটা মাছেৰে কেইবাহাজাৰ লোকক আহাৰ খোৱাবলৈ যীচুৱে নিজৰ শিষ্যসকলক কৈছিল। কিন্তু ইয়াৰ পাছত কি হৈছিল আৰু ইয়ে আমাৰ বাবে কি অৰ্থ ৰাখে?

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

“তোমাৰ পিতৃ-মাতৃক সন্মান কৰিবা”

যীচু খ্ৰীষ্টই পৃথিৱীত থকাৰ সময়ত তেওঁ এই আজ্ঞাৰ ওপৰত গুৰুত্ব দিছিল: ‘তোমাৰ পিতৃ-মাতৃক সন্মান কৰিবা।’ পিতৃ-মাতৃক সন্মান দেখুৱাৰ বাবে বয়সৰ কোনো নিৰ্দিষ্ট সীমা আছে নেকি?

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

আপোনাৰ চিন্তা-ভাৱনা কাৰ দৰে হয়?

চয়তানৰ নহয়, কিন্তু ঈশ্বৰৰ ইচ্ছা অনুসৰি আমি নিজকে পৰিচালনা কৰাৰ বাবে কি কৰা উচিত? যীচুৱে চিনাক্ত কৰা তিনিটা বিষয়ে আমাক বেয়া চিন্তা-ভাৱনাৰপৰা আঁতৰি থাকিবলৈ সহায় কৰিব।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

ঘোষণা কাৰ্য্যত আমাৰ দক্ষতাৰ উন্নতি কৰাপ্ৰভাৱশালীৰূপে প্ৰশ্ন সোধক

শ্ৰোতাসকলক বিভিন্ন বিষয়ৰ ওপৰত শিক্ষা দিবলৈ যীচুৱে বহুতো প্ৰভাৱশালী প্ৰশ্ন কৰিছিল। ঘোষণা কাৰ্য্যত আমি কেনেকৈ তেওঁৰ শিকোৱাৰ পদ্ধতিক অনুকৰণ কৰিব পাৰোঁ?

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

নিজক আৰু আনক বিঘিনি জন্মোৱাৰপৰা বিৰত থাকক

নিজক আৰু আনক বিঘিনি জন্মোৱা যে এক গভীৰ বিষয় হয়, তাক বুজাবলৈ যীচুৱে উদাহৰণ ব্যৱহাৰ কৰিছিল। আপোনাৰ জীৱনত বিঘিনি জন্মোৱা এনে কি বিষয় হ’ব পাৰে?