Skip to content

Skip to table of contents

ফেব্ৰুৱাৰী ১২-১৮

মথি ১৪-১৫

ফেব্ৰুৱাৰী ১২-১৮
  • গীত ২০ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • কেইজনমানৰ দ্বাৰা বহুতোলোকক আহাৰ খোৱায়”: (১০ মি.)

    • মথি ১৪:১৬, ১৭—শিষ্যসকলৰ ওচৰত কেৱল পাচোঁটা পিঠা আৰু দুটা মাছ আছিল (w১৩-HI ৭/১৫ ১৫ ¶২)

    • মথি ১৪:১৮, ১৯—যীচুৱে নিজৰ শিষ্যসকলৰ দ্বাৰা বহুতোলোকক আহাৰ খোৱায় (w১৩-HI ৭/১৫ ১৫ ¶৩)

    • মথি ১৪:২০, ২১—হাজাৰ হাজৰ লোক যীচুৰ আচৰিত কৰ্ম্মৰ দ্বাৰা উপকৃত হৈছিল (“ল’ৰা-তিৰোতাত বাজেমথি ১৪:২১ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty; w১৩-HI ৭/১৫ ১৫ ¶১)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • মথি ১৫:৭-৯—আমি কিয় কপটীয়া হোৱা উচিত নহয়? (“কপটীয়াবিলাকমথি ১৫:৭ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • মথি ১৫:২৬—যীচুৱে ব্যৱহাৰ কৰা ‘কুকুৰ’ শব্দৰ অৰ্থ হয়তো কি হ’ব পাৰে? (“ল’ৰাহত . . . কুকুৰমথি ১৫:২৬ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) মথি ১৫:১-২০

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক।

  • প্ৰথম পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅ’খন দেখুৱাওক আৰু আলোচনা কৰক।

  • ভাষণ: (৬ মি. বা কম) w১৫-HI ৯/১৫ ১৬-১৭ ¶১৪-১৭—বিষয়: আপোনাৰ বিশ্বাস দৃঢ় কৰাৰ বাবে যীচুৰ ওপৰত মনোযোগ দিয়ক।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১১

  • যিহোৱাৰ বন্ধু হোৱা—বন্ধু বনোৱা: (৭ মি.) ভিডিঅ’খন দেখুৱাওক। তাৰ পাছত কেইজনমান ল’ৰা-ছোৱালীক ষ্টেজলৈ নিমন্ত্ৰণ কৰক আৰু তেওঁলোকক সোধক: যিহোৱা ঈশ্বৰক প্ৰেম কৰা লোকসকলৰ লগত কিয় বন্ধুত্ব কৰা উচিত? তেওঁলোকৰপৰা কি শিকিব পাৰা?

  • তোমাৰ পিতৃ-মাতৃক সন্মান কৰিবা”: (৮ মি.) আলোচনা। মই মা-দেউতাৰ লগত কিদৰে কথা পাতিম? নামৰ হোৱাইট বোৰ্ড এনিমেশ্বনখন দেখুৱাওক

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ভাল খবৰ পাঠ ২ ¶১-৩

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৫১ আৰু প্ৰাৰ্থনা