ফেব্ৰুৱাৰী ১৯-২৫
মথি ১৬-১৭
গীত ২২ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“আপোনাৰ চিন্তা-ভাৱনা কাৰ দৰে হয়?”: (১০ মি.)
মথি ১৬:২১, ২২—পিতৰে নিজৰ চিন্তা-ভাৱনা আবেগৰ দ্বাৰা প্ৰভাৱিত হ’বলৈ দিছিল (w০৭-HI ৩/১ ১২ ¶১৭)
মথি ১৬:২৩—পিতৰে ঈশ্বৰৰ দৰে চিন্তা-ভাৱনা কৰা নাছিল (w১৫-HI ৫/১৫ ১৩ ¶১৬-১৭)
মথি ১৬:২৪—নিজৰ জীৱন পৰিচালনা কৰাৰ বাবে প্ৰতিজন খ্ৰীষ্টানে ঈশ্বৰৰ চিন্তা-ভাৱনাৰ সহায় লোৱা উচিত (w০৬-HI ৪/১ ২৩ ¶৯)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
মথি ১৬:১৮—যীচুৱে খ্ৰীষ্টান মণ্ডলী স্থাপন কৰা শিল কোন হয়? (“তুমি পিতৰ আৰু এই শিলৰ ওপৰত,” “মণ্ডলী” মথি ১৬:১৮ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)
মথি ১৬:১৯—যীচুৱে পিতৰক দিয়া “স্বৰ্গৰাজ্যৰ চাবিবোৰ” কি হয়? (“স্বৰ্গৰাজ্যৰ চাবিবোৰ” মথি ১৬:১৯ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) মথি ১৬:১-২০
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উদ্ভৱ হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক।
প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক।
দ্বিতীয় পুনৰ সাক্ষাৎ: (৫ মি.) ভিডিঅ’খন দেখুৱাওক আৰু আলোচনা কৰক।
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
গীত ৪০
“ঘোষণা কাৰ্য্যত আমাৰ দক্ষতাৰ উন্নতি কৰা—প্ৰভাৱশালীৰূপে প্ৰশ্ন সোধক”: (১৫ মি.) আলোচনা। যীচুৱে কৰা কাৰ্য্যক আপুনিও কৰক—শিকোৱা।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ভাল খবৰ পাঠ ২ ¶৪-১০
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ১৫২ আৰু প্ৰাৰ্থনা