Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মথি ১৬-১৭

আপোনাৰ চিন্তা-ভাৱনা কাৰ দৰে হয়?

আপোনাৰ চিন্তা-ভাৱনা কাৰ দৰে হয়?

১৬:২১-২৩

  • নিঃসন্দেহ পিতৰে কোনো বেয়া মনোভাৱেৰে কোৱা নাছিল। কিন্তু যীচুৱে তৎক্ষণাত পিতৰৰ চিন্তা-ভাৱনা শুধৰাইছিল

  • নিজৰ প্ৰতি “দয়া” দেখুৱাৰ সেয়া উচিত সময় নহয় বুলি যীচুৱে জানিছিল। সজাগ হৈ থকাৰ এই গুৰুত্বপূৰ্ণ সময়ত যীচুৱে অসতৰ্ক হোৱাটো বিচৰা নাছিল। আচলতে, যীচুৱে অসতৰ্ক হোৱাটো চয়তানেহে বিচাৰিছিল

১৬:২৪

ঈশ্বৰৰ ইচ্ছা অনুসৰি আমি নিজকে পৰিচালনা কৰাৰ বাবে যীচুৱে তিনিটা বিষয় চিনাক্ত কৰিছিল। ইয়াত কি কি জড়িত হৈ আছে?

  • নিজকে দমন কৰা

  • নিজৰ ক্ৰুচ তোলা

  • যীচুৰ পাছে পাছে যোৱা