Skip to content

Skip to table of contents

ফেব্ৰুৱাৰী ৫-১১

মথি ১২-১৩

ফেব্ৰুৱাৰী ৫-১১
  • গীত ৯ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • ধান আৰু বিনৈ বনৰ গুটিৰ দৃষ্টান্ত”: (১০ মি.)

    • মথি ১৩:২৪-২৬—এজন ব্যক্তিয়ে পথাৰত কঠীয়া সিচে, কিন্তু তেওঁৰ শত্ৰুৱে তাৰ ওপৰত বিনৈ বনৰ গুটি সিচি থৈ যায় (w১৩-HI ৭/১৫ ৯-১০ ¶২-৩)

    • মথি ১৩:২৭-২৯—শস্য দোৱাৰ সময়লৈকে ধান আৰু বিনৈ বন একেলগে বাঢ়িবলৈ ধৰিলে (w১৩-HI ৭/১৫ ১০ ¶৪)

    • মথি ১৩:৩০—শস্য দোৱাৰ সময়ত দাৱনিসকলে প্ৰথমে বিনৈ বনবোৰ চপাই আৰু তাৰ পাছত ধানবোৰ চপাই ৰাখে (w১৩-HI ৭/১৫ ১২ ¶১০-১২)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • মথি ১২:২০—যীচুৱে দেখুৱা দয়াৰ গুণক আমি কেনেকৈ অনুকৰণ কৰিব পাৰোঁ? (“ধোৱাই থকা শলিতামথি ১২:২০ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • মথি ১৩:২৫—প্ৰাচীন সময়ত কোনো এজন ব্যক্তিৰ পথাৰত কঠীয়াৰ মাজত বিনৈ বনৰ গুটি সিচাটো সম্ভৱ আছিলনে? (w১৬.১০-HI ৩২)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) মথি ১২:১-২১

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন