Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

ৰাজ্যৰ বাবে ব্যৱহাৰ কৰা দৃষ্টান্তবোৰৰপৰা আমি কি শিকোঁ

ৰাজ্যৰ বাবে ব্যৱহাৰ কৰা দৃষ্টান্তবোৰৰপৰা আমি কি শিকোঁ

যীচুৱে লোকসকলক গুৰুত্বপূৰ্ণ আধ্যাত্মিক বিষয়বোৰ শিকাবলৈ সহজ-সৰল দৃষ্টান্ত ব্যৱহাৰ কৰিছিল। কিন্তু কেৱল নম্ৰ লোকসকলে তেওঁ শিকোৱা বিষয়বোৰ বুজি পাইছিল আৰু নিজৰ জীৱনত প্ৰয়োগ কৰিছিল। (মথি ১৩:১০-১৫) ঈশ্বৰৰ ৰাজ্যৰ বাবে ব্যৱহাৰ কৰা প্ৰতিটো দৃষ্টান্তৰ বিষয়ে আলোচনা কৰোঁতে নিজকে এইদৰে সোধক: মই এই দৃষ্টান্তৰপৰা কেনেকৈ উপকৃত হ’ব পাৰিম? ইয়ে মোৰ জীৱনত কেনেকৈ প্ৰভাৱিত কৰা উচিত?

ঈশ্বৰৰ ৰাজ্য . . .

  • “এটি সৰিয়হ গুটিৰ নিচিনা।”—মথি ১৩:৩১, ৩২; w১৪-HI ১২/১৫ ৮ ¶৯.

  • ‘খমিৰৰ’ নিচিনা।—মথি ১৩:৩৩; w১৪-HI ১২/১৫ ৯-১০ ¶১৪-১৫.

  • ‘লুকুৱাই থোৱা ধন’ আৰু “এজন সদাগৰৰ নিচিনা।”—মথি ১৩:৪৪-৪৬; w১৪-HI ১২/১৫ ১০ ¶১৮.