Skip to content

Skip to table of contents

এপ্ৰিল ১২-১৮

গণনা পুস্তক ২০-২১

এপ্ৰিল ১২-১৮
  • গীত ১১৪ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • সমস্যাৰ সময়তো নম্ৰ হৈ থাকক”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • গণ ২০:২৩-২৭—হাৰোণক যেতিয়া তেওঁৰ ভুলৰ বিষয়ে জনোৱা হʼল, তেতিয়া তেওঁ কি কৰিলে আৰু যিহোৱাই যিদৰে তেওঁৰ লগত ব্যৱহাৰ কৰিলে, তাৰপৰা আমি কি শিকিব পাৰোঁ? (w১৪–HI ৬/১৫ ২৬ ¶১২-১৩)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) গণ ২০:১-১৩ (শিক্ষা অধ্যায় ২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৯০

  • ‘ভাল কথাৰে’ আনক উৎসাহিত কৰক: (৭ মি.) ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক সোধক: অভিযোগ আৰু ভুল-ত্ৰুটী ধৰা অভ্যাসে আনক কেনেকৈ আঘাত দিব পাৰে? ভাইজনক নিজৰ চিন্তাধাৰা সলনি কৰিবলৈ কিহে সহায় কৰিলে?

  • বন্ধুসকলৰ কথাত ভুল নাযাব!: (৮ মি.) আলোচনা। হোৱাইট বোৰ্ড এনিমেশ্বনখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক সোধক: বহুতোলোকে কেনেধৰণৰ হেঁচাৰ সন্মুখীন হৈছে? যাত্ৰাপুস্তক ২৩:২ পদত কি পৰামৰ্শ দিয়া হৈছে? বন্ধুসকলৰ হেঁচাৰপৰা বাচি থাকিবলৈ, আমি কি চাৰিটা কথা মনত ৰখা উচিত?

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ঈশ্বৰৰ প্ৰেম অধ্যায় ১৬ ¶৯-১৪, ২২০-২২১ পৃ.

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ৬৩ আৰু প্ৰাৰ্থনা