ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
সমস্যাৰ সময়তো নম্ৰ হৈ থাকক
যেতিয়া লোকসকলে মোচিক আমনি কৰিবলৈ ধৰিলে, তেতিয়া তেওঁৰ বাবে নম্ৰ হৈ থকাটো কঠিন হৈ পৰিছিল (গণ ২০:২-৫; w১৯.০২–HI ১২ ¶১৯)
মোচিয়ে নিজৰ ধৈৰ্য্য হেৰুৱালে আৰু নম্ৰ হৈ থাকিব নোৱাৰিলে (গণ ২০:১০; w১৯.০২–HI ১৩ ¶২০-২১)
মোচি আৰু হাৰোণে যি ডাঙৰ ভুল কৰিলে, তাৰ বাবে যিহোৱাই তেওঁলোকক শাস্তি দিলে (গণ ২০:১২; w১০–HI ১/১ ২৭ ¶৫)
যিসকল লোক নম্ৰ হয়, তেওঁলোকে অহংকাৰ আৰু সহজে খং নকৰে। যদি কোনোবাই তেওঁৰ লগত বেয়া ব্যৱহাৰ কৰে, তেতিয়াও তেওঁ সহজে ব্যাকুল নহয়। তেওঁলোকে ধৈৰ্য্য ধৰে আৰু প্ৰতিশোধ লোৱাৰ ভাৱনা নাৰাখে।