Skip to content

Skip to table of contents

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক | প্ৰচাৰ কাৰ্য্যত আনন্দ উপভোগ কৰক

ঈশ্বৰৰ বাক্য ব্যৱহাৰ কৰক

ঈশ্বৰৰ বাক্য ব্যৱহাৰ কৰক

যিহোৱাৰ বাক্য শক্তিশালী! (ইব্ৰী ৪:১২) ইয়াত উল্লেখ থকা কথাবোৰ, ঈশ্বৰৰ বিষয়ে নজনা লোকসকলৰো হৃদয় স্পৰ্শ কৰে। (১থিচ ১:৯, ১০; ২:১৩) যেতিয়া আমি লোকসকলক বাইবেলৰ কোনো সত্যতাৰ বিষয়ে জনাও, তেতিয়া তেওঁলোকক আনন্দিত হোৱা দেখি আমিও উৎসাহিত হওঁ।

শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰকনিজৰ দক্ষতা উন্নতি কৰক—ঈশ্বৰৰ বাক্য ভালদৰে ব্যৱহাৰ কৰক নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • নিতাই কেনেকৈ গ্ৰেচৰ ধ্যান ঈশ্বৰৰ বাক্যৰ ফালে আকৰ্ষিত কৰিলে?

  • নিতাই গ্ৰেচক পদটো ডাঙৰকৈ কিয় পঢ়িবলৈ কৈছিল? নিতাই পদৰ মূল বিষয়টোৰ ওপৰত তাইৰ ধ্যান কেনেকৈ আকৰ্ষিত কৰিলে?

  • কিহে দেখুৱায় যে সেই পদটো গ্ৰেচৰ হৃদয় স্পৰ্শ কৰিলে? এয়া দেখি নিতাৰ কেনে অনুভৱ হʼল?